ASSA protest in Lakhimpur : চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত আছাৰ প্ৰতিবাদ

By

Published : Jul 13, 2022, 2:25 PM IST

thumbnail
প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰ চহৰ ৷ ন্যায্য প্ৰপ্তিৰ দাবীত এইবাৰ লখিমপুৰত প্ৰতিবাদ বহিল আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা (ASSA protest in Lakhimpur) ৷ বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ অসমত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধি কৰা, বান ক্ষতিগ্ৰস্তক সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবীত আছাই ৰূপায়ন কৰে এই ধৰ্মঘট কাৰ্যসূচী ৷ আনকি প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি দাবী সম্বলিত স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.