কলৰ ভূৰত উঠি গৈ বন্যাৰ্তৰ কাষ পালেগৈ পাপন; আগবঢ়ালে সাহায্য সামগ্ৰী - কলৰ ভূৰত উঠি গৈ বন্যাৰ্তৰ কাষ পালেগৈ পাপন
🎬 Watch Now: Feature Video

পশ্চিম নলবাৰীৰ পখুৰাত বানাক্ৰান্তৰ মাজত কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত (Papon visited flood effected area in Nalbari)। বোকা-পানী গছকি কলৰ ভূৰত উঠি বানাক্ৰান্তৰ খবৰ ল'লে পাপনে । আনকি পাপনৰ স্বেচ্ছাসেৱী সংস্থা Earthfull foundation ৰ উদ্যোগত পূৱ পখুৰা গাঁৱৰ ৬৩ টা বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰে কণ্ঠশিল্পী পাপন আৰু তেওঁৰ সহযোগীসকলে ৷