thumbnail

By

Published : May 27, 2022, 8:17 PM IST

ETV Bharat / Videos

An opposite picture of Jal jeevan mission: পুখুৰীৰ পানী খাই কটাইছে জীৱন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এখন আঁচনিৰ নাম হ'ল জলজীৱন আঁচনি(An opposite picture of Jal jeevan mission) । এই আঁচনিৰ যোগেদি ঘৰে ঘৰে নলা, ঘৰে ঘৰে জল আঁচনিৰ যোগেদি প্ৰতি ঘৰ লোকৰ ঘৰত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছিল যদিও টীয়কৰ বলমা টঙানী গাঁওখনক আজিও ঢুকি নাপালে এই আঁচনিয়ে । ফলত বৃহত্তৰ এই অঞ্চলটোৰ ৰাইজে পুখুৰীৰ পানীকে খাই আহিব লগা হৈছে(People of Tangani Village drink pond water) । গা ধোৱা, কাপোৰ ধোৱাকে ধৰি সকলো কামৰ বাবে এই পুখুৰীটোৰ পানীকে ব্যৱহাৰ কৰিব লগা হৈছে । উল্লেখযোগ্য যে বিগত সময়ত জনপ্ৰতিনিধিকে ধৰি বিভিন্ন বিভাগীয় বিষয়া উক্ত অঞ্চলত উপস্থিত হৈ খোৱা পানীৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিছিল যদিও এই পৰ্যন্ত কিন্তু কোনো ব্যৱস্থা হৈ নুঠিল । সেয়েহে অনতি পলমে খোৱা পানীৰ সু-ব্যৱস্থা কৰি দিবলৈ চৰকাৰলৈ এতিয়া আহ্বান জনাইছে টঙানী গাঁৱৰ ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.