যোৰাহাটৰ ৰাজ প্ৰিয়ম নাৰ্চাৰী পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ - যোৰাহাটৰ ৰাজ প্ৰিয়ম নাৰ্চাৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 7, 2022, 10:44 PM IST

কৃষি আৰু উদ্যান শস্য খণ্ডৰ জৰিয়তে যোৰহাটৰ মুকুন্দ ৰাজখোৱাই তেওঁৰ দুই ভাতৃৰ সৈতে স্বাৱলম্বিতাৰ এক অনন্য দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে (Rajpriyam Nursery in Jorhat)। তেওঁলোকে আন ১৭জন লোকৰ বাবেও কৰ্ম সংস্থাপনৰ পথ প্ৰশস্ত কৰি দিছে । বুধবাৰে তেওঁলোকৰ সোণাৰি গাঁওস্থিত 'ৰাজপ্ৰিয়ম নাৰ্ছাৰী'খন পৰিদৰ্শন কৰে কৃষিমন্ত্ৰী অতুল বৰাই (Minister Atul Bora visits Rajpriyam Nursery) ৷ ৰাজখোৱাৰ উদ্যম আৰু কষ্টসহিষ্ণুতা যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস বুলি মন্তব্য কৰে মন্ত্ৰী বৰাই । তেওঁৰ প্ৰচেষ্টা তথা পদক্ষেপৰ প্ৰতি কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে নিৰন্তৰভাৱে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াই অহাৰ কথাও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.