মিঠাই দোকানীৰ বিলৈ: কাণত ধৰি আঠুকঢ়ালে সংগঠনৰ নেতাই - Union leader punished the non Assamese
🎬 Watch Now: Feature Video
সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ'ই যোৰহাটৰ লগতে ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে(Viral video of Jorhat) । যোৰহাট সদৰ থানাৰ সমীপতে থকা এখন মিঠাই দোকানত এজন অসমীয়া ব্যক্তিয়ে মিঠাই ক্ৰয় কৰিবলৈ যোৱা সময়তে দুজন অনা অসমীয়া যুৱকে অসমীয়া যুৱকজনক প্ৰহাৰ কৰা অভিযোগ উত্থাপন কৰে(Non assamese man threatened an Assamese man) । অসমীয়া যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ পোৱা মাত্ৰকে অনুসূচিত জাতি ছাত্র সন্থাৰ এটা দল উক্ত মিঠাই দোকানখনত উপস্থিত হয় । ইয়াৰ পাছতে অনুসূচিত জাতি ছাত্র সন্থাৰ দলটোৱে অসমীয়া যুৱকজনক আক্ৰমণ কৰা অনা-অসমীয়া যুৱক দুজনক কানত ধৰাই শাস্তি প্ৰদান কৰে (Union leader punished the non Assamese) ।