thumbnail

By

Published : Aug 15, 2022, 1:23 PM IST

Updated : Aug 15, 2022, 2:02 PM IST

ETV Bharat / Videos

নগাঁৱত জাতীয় পতাকা উত্তোলন মন্ত্ৰী পীযুষ হাজৰিকাৰ

দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁটৱতো উলহ মালহেৰে উদযাপন কৰে দেসৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস(76th Independence Day at Nagaon) । নগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই(Minister Piyush Hazarika hoisting the national flag) । নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি আৰক্ষী, চি আৰ পি এফ, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই । পতাকা উত্তোলন কৰি দিয়া ভাষণত চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ।
Last Updated : Aug 15, 2022, 2:02 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.