বিলাসীপাৰাত ৭৩তম বন মহোৎসৱ উদযাপন - Van mahotsav celebrated in Bilasipara
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15720450-thumbnail-3x2-nb.jpg)
বিলাসীপাৰাৰ যমদুৱাৰ পাব্লিক মধ্য ইংৰাজী বিদ্যালয়ত উদযাপন কৰা হয় ৭৩তম বন মহোৎসৱ (73rd Van mahotsav celebrated in Bilasipara) । ১ জুলাই তাৰিখৰ পৰা ৭ জুলাই লৈকে বন বিভাগৰ উদ্যোগৱত এই বন মহোৎসৱ উদযাপন কৰা হ’ব ৷ এই মহোৎসৱৰ লগত সংগতি ৰাখি শনিবাৰে ধুবুৰী বন বিভাগে বিলাসীপাৰাত গছপুলি ৰোপণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সাধাৰণ ৰাইজৰ মাজত বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰে ৷ অনুষ্ঠানত ধুবুৰী বন বিষয়া দীপক ডেকা আৰু শালকোচা আঞ্চলিক বন বিষয়া কালি দাস সিনহাও উপস্থিত থাকে ৷