Drive Against Drugs: তিতাবৰত আটক দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী - drive against drugs
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14444830-thumbnail-3x2-t.jpg)
তিতাবৰত মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মাৰ নেতৃত্বত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Drive Against Drugs) । শুকুৰবাৰে তিতাবৰ আৰক্ষীয়ে তিতাবৰ টাউনৰ মাজমজিয়াৰ পৰা ড্ৰাগছসহ দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Titabor police nabbed two drug dealer) । ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে আঠ গ্ৰাম ব্ৰাউন চুগাৰ, চিৰিঞ্জৰ লগতে নগদ কেইবা হাজাৰ টকা জব্দ কৰে । আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুটা ক্ৰমে প্ৰবাল দাস আৰু ৰাণা গগৈ । অধিক তথ্য লাভৰ বাবে ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাক জেৰা অব্যাহত ৰাখিছে তিতাবৰ আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:11 PM IST