Nagaon Police Mission: ৪০ টাতকৈয়ো অধিক ম’বাইল ফোনসহ আটক চোৰ

By

Published : Feb 17, 2022, 4:45 PM IST

Updated : Feb 3, 2023, 8:16 PM IST

thumbnail
নগাঁও আৰক্ষীৰ অভিযান কালত এইবাৰ জালত পৰিল গভাইত চোৰ (Thief arrested in Nagaon) ৷ বিগত বৰ্ষত ধাৰা ৩৪/৪৫৭ ধাৰা অনুসৰি ২৯১২/২১ নম্বৰত ৰুজু হোৱা এক গোচৰৰ তদন্ত কৰাৰ সময়তে চামগুৰিৰ বৰ্মাবিলৰ এখন দোকানৰ পৰা ৪০ টাতকৈয়ো অধিক চুৰি ম’বাইল জব্দ কৰে নগাঁও সদৰ আৰক্ষীয়ে ৷ লগতে নগাঁও সদৰ আৰক্ষীয়ে মিজানুৰ ৰহমান নামৰ এজনক আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি নগাঁও সদৰ থানাত অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধপোছ ৷
Last Updated : Feb 3, 2023, 8:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.