অসম ৰাজ্যিক মহিলা আয়োগৰ জনসচেতনতা মূলক বাটৰ নাট - অসম ৰাজ্যিক মহিলা আয়োগৰ জনসচেতনতা মূলক বাটৰ নাট
🎬 Watch Now: Feature Video
নাৰী সৱলীকৰণ, স্ত্ৰী-শিক্ষা, স্বাস্থ্য, নাৰীৰ অধিকাৰ তথা সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে অসম ৰাজ্যিক মহিলা আয়োগে (Assam State Commission for Women) ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ আহিছে ৷ ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আৰু চি জি জি থিয়েটাৰ গ্ৰুপৰ সহযোগত মহানগৰীৰ বৰবাৰীত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হয় (Street play in Guwahati under initiative of ASCW) । বাটৰ নাটখনিত কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত খোদ হেঙাৰ হিচাপে থিয় দিয়া চহৰ তথা নগৰ অঞ্চলৰ একাংশ নিৰক্ষৰ তথা দৰিদ্ৰ পিতৃ-মাতৃৰ মানসিকতা দাঙি ধৰা হৈছে । বাটৰ নাটখনিত কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত খোদ হেঙাৰ হিচাপে থিয় দিয়া চহৰ তথা নগৰ অঞ্চলৰ একাংশ নিৰক্ষৰ তথা দৰিদ্ৰ পিতৃ-মাতৃৰ মানসিকতা দাঙি ধৰা হৈছে । এই কার্যসূচীত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ডাঃ হেমপ্ৰভা বৰঠাকুৰ উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:19 PM IST