নলবাৰীত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ

By

Published : Dec 20, 2021, 7:29 PM IST

Updated : Dec 20, 2021, 8:05 PM IST

thumbnail
নলবাৰী চ'ক বজাৰস্থিত এখন ব্যক্তিগত বিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠান আৰু নৱাগত আদৰণী সভাত সোমবাৰে অংশ লয় যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গে(Zubeen Garg Assam) । উচ্চতৰ মাধ্যমিক বিজ্ঞান আৰু কলা শাখাৰ এক অনন্য শিক্ষানুষ্ঠান নিউক্লিয়াছ একাডেমী(Zubeen Garg attend Nucleus Academy Inauguration Program)ৰ প্ৰথম বৰ্ষ উপলক্ষে উদ্যোক্তাসকলে বিভিন্ন কাৰ্যসূচী হাতত লয় । একাডেমী(Nucleus Academy inauguration program)ৰ কৰ্তৃপক্ষৰ লগতে নলবাৰীৰ জুবিন ফেন ক্লাৱে কন্ঠশিল্পীগৰাকীক উষ্ম আদৰণি জনায় । জুবিনৰ মায়াবী কন্ঠই মোহিত কৰে একাডেমীখনৰ সকলোকে । অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মায়ো বাঁহীৰ সুৰেৰে আপ্লুত কৰে একাডেমিখনৰ শিক্ষাৰ্থীসকলৰ লগতে উপস্থিত দৰ্শকক ।
Last Updated : Dec 20, 2021, 8:05 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.