thumbnail

By

Published : Dec 9, 2021, 4:30 PM IST

ETV Bharat / Videos

Darrang gang rape : সংগীসহ পত্নীক দলবদ্ধ ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী হ’ল জিলা পৰিষদৰ সদস্য

দৰঙৰ শ্যামটিলা জিলা পৰিষদৰ সদস্য(ZPC member from Darrang) হুমায়ুন কবিৰ বিৰুদ্ধে পত্নীয়ে উত্থাপিত কৰিছে ধৰ্ষণ কৰাৰ অভিযোগ ৷ এমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল হুমায়ুন কবিৰ ৷ হুমানুয়নৰ পত্নীয়ে তেওঁলোকৰ বিবাহৰ পাছৰে পৰা স্বামীসহ চফীকুল ৰহমান, জয়নুদ্দীন আহমেদ, ফকৰুদ্দিনে সমূহীয়াভাৱে ধৰ্ষণ(Darrang gang rape) কৰাৰ অভিযোগ কৰিছে ৷ ইতিমধ্যে এই সন্দৰ্ভত ধুলা আৰক্ষী থানা(Dhula Police Station)ত 366/21 u/s 376 (D)/506 IPC ধাৰাত এটা গোচৰো ৰুজু কৰিছে হুমায়ুনৰ পত্নীয়ে ৷ পত্নীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ(Arrested after alleged Gang Rape to Wife) কৰিছে দৰং জিলা পৰিষদৰ সদস্য হুমায়ুন কবিৰক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.