গুলপীয়া ডবাৰে মহিলা সুৰক্ষা দিবলৈ আহি আছে ব’হাগী... - ৰে'লত সংযোজিত হ'ল মহিলাৰ ডবা
🎬 Watch Now: Feature Video
ৰে'লত অকলে যাত্ৰা কৰা মহিলাসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে লৈছে উল্লেখনীয় পদক্ষেপ । মহিলাসকলৰ প্ৰিয় ৰঙৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীবাহী ৰে'লত মহিলাৰ বাবে সংযোজন কৰা গুলপীয়া ৰঙৰ বিশেষ ডবা ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...