নিজ ঘৰতেই সুৰক্ষিত নহয় অসমৰ নাৰী!! - MOLEST
🎬 Watch Now: Feature Video

নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম ৷ যিমানেই নাৰী সৱলীকৰণৰ কথা কোৱা হৈছে সিমানেই বিপৰীত ছবি এখনহে দেখা গৈছে অসমত ৷ কৰ্মক্ষেত্ৰ, বাট,পথ,সামাজিক স্থান ক'তোৱেই সুৰক্ষিত নহয় অসমৰ নাৰী ৷ চাওক আমাৰ এক প্ৰতিবেদন...
Last Updated : Jun 25, 2019, 8:00 PM IST