বঢ়মপুৰত বৃহৎ বন্যহস্তীৰ জাকৰ বিচৰণ - barhampur wild elephants roaming
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13709890-thumbnail-3x2-b.jpg)
নগাঁৱৰ বঢ়মপুৰত সোমবাৰে নিশাৰ ভাগত দেখা যায় এটা বৃহৎ বন্যহস্তীৰ জাক(Wild Elephant Roaming) । বঢ়মপুৰৰ বালিজুৰিৰ হস্তীদণ্ডীৰে কাৰ্বি পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিছে প্ৰায় 200 জনীয়া বনৰীয়া হাতীৰ জাকটো ৷ জাকটোত আছে বহু কেইটা পোৱালী । চাপানালা-বামুণী সংযোগী ৰাজপথৰে পাৰ হৈ যোৱাৰ দৃশ্য বন্দী হয় সাংবাদিকৰ কেমেৰাত । ৰাজপথ অতিক্ৰমী বৃহৎ জাকটো চলচলি, জলাহ আদি নিকটৱৰ্তী গাঁৱসমূহৰ পথাৰত মাজনিশা উপদ্ৰৱ চলোৱাৰ আশংকা ব্যক্ত কৰিছে প্ৰত্যক্ষদৰ্শীসকলে । চাওক এই প্ৰতিবেদন...