Wild Elephant menace at Baksa: চকুলো টুকিছে কৃষকে

🎬 Watch Now: Feature Video

thumbnail
বাক্সাৰ জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বড়িকাদঙা, খৈৰেনী অঞ্চলত বিগত দুমাহ ধৰি বনৰীয়া হাতীৰ বৃহৎ জাকে উপদ্ৰৱ(Wild Elephant menace at Baksa) চলাই আহিছে ৷ নিশা হ’লেই হাতীৰ জাকটোৱে উপদ্ৰৱ চলালে খৈৰেনি গাঁৱৰ ভোলানাথ নেওপানী, অচ্যুৎ গৌতমকে ধৰি প্ৰায় বহুকেইটা পৰিয়ালৰ তামোল, কলগছৰ বাৰীত ৷ অঞ্চলটোৰ প্ৰায় সাত শতাধিক তামোল গছ বন্যহস্তীৰ জাকটোৱে ভাঙি পেলোৱাত এতিয়া চকুলো টুকিছে কৃষকসকলে ৷ বনবিভাগক শীঘ্ৰে জনাঞ্চলৰ পৰা বনাঞ্চললৈ হাতীৰ জাকটো খেদি পঠাবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.