বনাঞ্চলৰ পৰা অহা এটা হাতীৰ জাকে আতংকিত কৰিছে বকোবাসীক - বকোত বন্যহস্তীৰ তাণ্ডৱ
🎬 Watch Now: Feature Video

বকোৰ পাৰোগাঁৱত বন্যহস্তীৰ তাণ্ডৱ ৷ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছে ৪০ জনীয়া এটা হাতীৰ জাকে ৷ আতংকিত হৈছে পাৰোগাঁৱকে ধৰি ওচৰ চুবুৰীয়া গাৱঁৰ ৰাইজ ৷ এতিয়ালৈকে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷