ৰূপহীহাটৰ চৰাঞ্চলত বনৰীয়া হাতী তাণ্ডৱ - লাওখোৱা অভয়াৰণ্য
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13081551-thumbnail-3x2-jsjs.jpg)
লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্য সন্ধানত ওলাই অহা পাঁচটাকৈ হাতীয়ে ৰূপহীহাটৰ চৰাঞ্চলত আতংকৰ পৰিবেশ সৃষ্টি কৰি আহিছে ৷ কেইবাটাও বাসগৃহ ইতিমধ্যে ভাঙি লণ্ডভণ্ড কৰিছে 5 জনীয়া বন্যহস্তীৰ জাকটোৱে ৷ বন বিভাগক এই সন্দৰ্ভত খবৰ দিয়াৰ পাচতো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷