ভাইৰেল ভিডিঅ' : বনকৰ্মীক ভালুকৰ আক্ৰমণ - ভাইৰেল ভিডিঅ'
🎬 Watch Now: Feature Video

উত্তৰাখণ্ডৰ যোশীমঠত বনৰীয়া ভালুকৰ ত্ৰাস ৷ ভালুকটোক আৱাসিক এলেকাৰ পৰা উলিয়াই নিয়াৰ চেষ্টা কৰাৰ সময়তেই ভালুকটোৱে বনকৰ্মীক আক্ৰমণৰ চেষ্টা কৰে ৷ জাল পেলাই ভালুকটোক ধৰাৰ প্ৰয়াস কৰিছিল বনকৰ্মীসকলে ৷ বনকৰ্মীয়ে ভালুকটোৰ ওপৰত গুলীচালনা কৰিবলৈ বাধ্য হোৱাৰ ফলত ঘটনাস্থলীতে বাগৰি পৰে ভালুকটো ৷ ভাইৰেল হৈ পৰা ভালুকৰ আক্ৰমণৰ দৃশ্য সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷