thumbnail

যোৰহাটত প্ৰথমবাৰৰ বাবে ভোটদান উপায়ুক্তৰ

By

Published : Mar 27, 2021, 9:47 AM IST

ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ যোৰহাটৰ ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভোটাৰৰ লানি নিচিগা ভিৰ ৷ যোৰহাট জিলা উপায়ুক্ত ৰশ্মি অপাৰেঞ্জী কৰাটীয়ে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, যোৰহাটৰ ১,১০২ টা ভোট গ্ৰহণ কেন্দ্ৰত ৭ লাখ ৫৬ হাজাৰ ৮৫৬ গৰাকীয়ে ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.