বিবেক ভোটৰ জৰিয়তে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক... - assam election
🎬 Watch Now: Feature Video

2021 ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য লামডিং সমষ্টিৰ এজন কৃষকৰ ৷ ৰামনাথ চৌহান নামৰ কৃষকজনে সকলো ভোটাৰক আবেগৰ বশৱৰ্তী নহৈ বিবেক ভোটৰ জৰিয়তে গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰি সৰ্বাংগীণ উন্নতি কৰিব পৰা এজন প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ।