মৌলবাদীৰ আক্ৰমণ : ধৰ্মীয় সংকটত বাংলাদেশৰ হিন্দু ধৰ্মীয় লোকসকল ! - বিশ্ব হিন্দু পৰিষদ
🎬 Watch Now: Feature Video
বাংলাদেশত ধৰ্মীয় সংকটত ভুগিছে হিন্দু লোক সকল ৷ হিন্দু লোকৰ ওপৰত চলিল মৌলবাদী সংগঠনৰ নিৰ্যাতন ৷ বাংলাদেশৰ ঘটনাই উত্তাল কৰিছে ভাৰতৰ ভিন্ন অঞ্চল ৷ বাদ পৰি ৰোৱা নাই অসমো ৷ বাংলাদেশত দুৰ্গা পূজাৰ সমত হিন্দু ধৰ্মীয় লোকৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে অসমৰ বিভিন্ন স্থানত সাব্যস্ত হৈছে প্ৰতিবাদ ৷ হাফলঙতো প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্ব হিন্দু পৰিষদে ৷