মৰিগাঁৱত দেৱী বিসৰ্জন প্ৰক্ৰিয়া - মৰিগাঁও পৌৰসভা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4689752-577-4689752-1570533735487.jpg)
আজি বিজয়া দশমী ৷ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দুৰ্গতিনাশিনী দেৱী দুৰ্গাক দিয়া হৈছে বিদায় ৷ বিয়লি ৪ বজাৰ পৰা অশ্ৰুসিক্ত নয়নেৰে মৰিগাঁৱৰ মৰিবিলৰ মালপোতা মৰিগাঁও পৌৰসভাই সজোৱা ভাচনী ঘাটতত বিসৰ্জন দিয়ে 12 খনকৈ প্ৰতিমা ৷ সম্পূৰ্ণ বৈদিক প্ৰথাৰে দেৱীক বিদায় দিয়ে ভক্তসকলে । ভাচনী পৰ্বত যাতে কোনো ব্যাঘাত নজন্মে তাৰ বাবে সষ্টম হৈ আছে মৰিগাঁও আৰক্ষী, এছডিআৰএফ বাহিনী ৷