গেলাবিলৰ দুৰ্ঘটনাস্থলীৰ পৰা সাংবাদিক ধনদ্বীপ বৰাৰ প্ৰতিবেদন - URANG ACCIDENT
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-5118793-thumbnail-3x2-dl.jpg)
ওদালগুৰিৰ ওৰাঙৰ গেলাবিলত বুধবাৰে পুৱতি নিশা সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ পুৱা প্ৰায় 2 বাজি 30 মিনিটত সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত হয় আঠজনকৈ যুৱক ৷