৭২ সংখ্যক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান আলফা স্বাধীনৰ - ULFA requeted to boycot the 72th Republic Day
🎬 Watch Now: Feature Video

পূৰ্বৰ দৰে এইবাৰে গণৰাজ্য দিৱসৰ পূৰ্বেই ৰাজ্যবাসীলৈ আলফা স্বাধীনৰ বিবৃতি ৷ গণৰাজ্য দিৱসলৈ মাজত মাথো তিনিটা দিন থকাৰ সময়তে ৰাজ্যবাসীক ৭২ সংখ্যক গণৰাজ্য দিৱস বৰ্জন কৰাৰ আহ্বান জনাইছে আলফা স্বাধীনে ৷ এক ভিডিঅ' বাৰ্তাৰ যোগেদি গণৰাজ্য দিৱস বৰ্জন কৰাৰ আহ্বান আলফা স্বাধীনৰ ৷