প্ৰায় এমাহ এদিনৰ অন্তত স্ব-ভূমিত উপস্থিত ৰিতুল শইকীয়া

By

Published : May 22, 2021, 12:31 PM IST

thumbnail
আলফা স্বাধীনৰ দ্বাৰা অপহৃত ৰিতুল শইকীয়াক শনিবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱাত প্ৰায় এমাহ এদিনৰ অন্তত মুকলি কৰি দিয়াৰ পাছত অসম ৰাইফলছ আৰু নগালেণ্ড আৰক্ষীয়ে জিম্মাত লৈ নাগালেণ্ডৰ মন জিলালৈ অনা হয় ৷ তাৰ পাচতে মন জিলাত বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ৰিতুল শইকীয়াৰ ৷ ইয়াৰ পাচতেই যাৱতীয় সকলো কাৰ্য সম্পাদন কৰি পৰৱৰ্তী সময়ত অসম আৰক্ষীক গতাই দিব ৰিতুল শইকীয়াক । এই ক্ষেত্ৰত বৰ্তমানলৈ কোনো মন্তব্য কৰা পৰা বিৰত আছে আৰক্ষী তথা সুৰক্ষা বাহিনী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.