কলাগুৰু সংগীত মহোৎসৱত সংগীতৰ লগতে আকৰ্ষিত কৰিছে পৰম্পৰাগত খাদ্যই - কলাগুৰু সংগীত মহোৎসৱত পৰম্পৰাগত খাদ্য
🎬 Watch Now: Feature Video
ওদালগুৰিৰ টংলাত অনুষ্ঠিত হৈছে কলাগুৰু সংগীত মহোৎসৱ। মহোৎসৱখনত ভিৰ কৰিছেহি হাজাৰ হাজাৰ লোকে। এই মহোৎসৱত সংগীতৰ লগতে বিভিন্ন থলুৱা তথা পৰম্পৰাগত খাদ্যৰ সোৱাদ লৈছে সংগীত মহোৎসৱত উপস্থিত লোক সকলে ৷ কি কি থলুৱা খাদ্য আছে এই পৰম্পৰাগত খাদ্য সম্ভাৰত ? চাওঁ আহক টংলাত অনুষ্ঠিত এই পৰম্পৰাগত খাদ্য সম্ভাৰৰ কিছু দৃশ্যঃ