কলাইগাঁও কাণ্ড : যাদৱ চহৰীয়াৰ পত্নীৰ বিস্ফোৰণ - ETV_BHARAT
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3775304-thumbnail-3x2-pccc.jpg)
তিনি দিনমান আগৰ পৰাই অস্বাভাৱিক হৈছিল পুলকেশৰ আচৰণ ৷ পুৱা তিনি বজাতে উঠি সেৱা কৰে পিতৃ-মাতৃক ৷ কোনোবাই বজৰং তাবিজ দিছিল পুলকেশক ৷ মন্দিৰলৈ সকলোকে মাতি আনি উলংগ কৰি আৰম্ভ কৰিছিল পূজা ৷ প্ৰায়েই ঘৰৰ পৰা নোহোৱা হয় টকা ৷ তান্ত্ৰিকৰ মতেই বিক্ৰী কৰিছিল গৰু ৷ ৰমেশ নামৰ তান্ত্ৰিকজনক গ্ৰেপ্তাৰ কৰাৰ অনুৰোধ পুলকেশৰ মাতৃৰ ৷