বিষ্ণু ৰাভাৰ জীৱনৰ প্ৰতিটো ক্ষণতে আছিল সৃষ্টিশীলতা : অনিল শইকীয়া - বিষ্ণু ৰাভাৰ জীৱনৰ প্ৰতিটো ক্ষণতে আছিল সৃষ্টিশীলতা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 20, 2021, 7:03 PM IST

লোক সংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়াই সৈনিক শিল্পীগৰাকীলৈ জনালে শ্ৰদ্ধাঞ্জলি ৷ সমগ্ৰ ৰাজ্যতে পালন কৰা হ’ল সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি তথা বিষ্ণু ৰাভা দিৱস । জনতাৰ শিল্পী বিষ্ণু ৰাভাৰ মৃত্যু তিথিৰ দিনটোত শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিলে লোক সংস্কৃতিৰ গৱেষক, নাট্যকাৰ ড° অনিল শইকীয়াই । বিশিষ্ট লোক সংস্কৃতিৰ গৱেষকজনে কয়, "বিষ্ণু ৰাভাৰ জীৱনৰ প্ৰতিটো ক্ষণতে আছিল সৃষ্টিশীলতা" । সেই কথা ভূপেন হাজৰিকাই গীতৰ মাজেদিয়ে কৈ গৈছে । ৰাভাদেৱে মৃত্যুৰ আগমুহুৰ্তত এই মোৰ শেষ গান ৰচনা কৰি সৃষ্টিশীল মনৰ পৰিচয় দি গৈছে" এইদৰে কৈ ড° অনিল শইকীয়াই সৈনিক শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.