পুনৰুজ্জীৱিত হ'বনে উগ্ৰচৰ ! - ব্ৰক্ষ্মপুত্ৰৰ বান
🎬 Watch Now: Feature Video

6 গৰাকী শিক্ষিত যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টাত গঢ় লৈ উঠা পৰ্যটন ক্ষেত্ৰ উগ্ৰচৰ আজি মহাসংকটত ৷ বুঢ়ালুইতৰ বলিয়া বানে থান-বান কৰি পেলালে সুন্দৰকৈ গঢ়ি তোলা পৰ্যটন ক্ষেত্ৰখনক ৷ উগ্ৰচৰক পুনৰুজ্জীৱিত কৰিবলৈ এতিয়া প্ৰয়োজন চৰকাৰ, পৰ্যটন বিভাগ তথা প্ৰশাসনৰ সহায়ৰ ৷