21 জানুৱাৰীত ঘেৰাও কৰিব তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়ঃ TMPK - লাইকা দধিয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10282061-thumbnail-3x2-pic.jpg)
20 জানুৱাৰীৰ মাজনিশালৈকে চৰকাৰে লাইকা দধিয়াবাসীক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে 21 তাৰিখে তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ TMPK ৰ ৷ ইটিভি ভাৰতৰ আগত এই ঘোষণা কৰিলে TMPKৰ সহকাৰী সাধাৰণ সম্পাদক অজয় দলেয়ে ৷