ETV Bharat / state

ৰাশিফল অনুসৰি আজিৰ দিনটো কেনে যাব আপোনাৰ - DAILY HOROSCOPE

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ'ব ? কি কি কৰিব, কি কি নকৰিব ?

Daily Horoscope
ৰাশিফল অনুসৰি আজিৰ দিনটো কেনে যাব আপোনাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 13, 2025, 5:08 AM IST

Updated : Feb 13, 2025, 6:27 AM IST

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হʼব । কর্মত কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ'ব । আজি আপোনাৰ ৰুচিৰ পৰিণাম দেখিবলৈ পাব । বিশেষ ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰিব । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত । তেওঁলোকৰ পাপবোৰ গুপুতে ৰাখিব পাৰে । শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব । লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ।

বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ সক্ৰিয় অনুভৱ হʼব । ভাল হʼব । প্ৰায় সফল হʼব । কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে । নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব । জীৱনত সফলতা পাব ।

মিথুন ৰাশি : আপোনাৰ শান্ত বা মধুৰ বাক্য শুনোতাসকলৰ পৰা উৎসাহিত হʼব । আজি ধ্যান বা যোগ কৰা ভাল, প্রয়োজন । তেতিয়া প্ৰেমৰ সম্পর্ক ভাল হʼব । হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে । নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত । পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ'ব ।

কৰ্কট ৰাশি : আজি আপোনাৰ ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে । আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব । আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব । পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে । পুত্ৰী-শিশুৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ।

সিংহ ৰাশি : আজি আপোনাৰ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে । কর্মত শান্ত হৈ থাকি কৰিব, সফল হʼব । আপোনাৰ খেলিমেলি হʼব পাৰে, লোৱা নিৰ্ণয় পালন কৰা উচিত । সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিব ।

কন্যা ৰাশি : হতাশ নহ'ব, পুনৰ চেষ্টা কৰিব । আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব । যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব । পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে । পুত্ৰী-শিশুৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে । নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত । তথাপিও আপোনাৰ প্ৰায় ভাল হʼব ।

তুলা ৰাশি : প্ৰতিচ্ছবিৰ দিন । আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব । জীৱনত ভাল পদোন্নতি হʼব পাৰে । প্ৰশংসা লাভ হʼব । আপোনাৰ প্ৰায় ভাল হʼব । ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিব ।

বৃশ্চিক ৰাশি : আপুনি নতুন দায়িত্ব বহন কৰিব । নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ পৰিব আৰু কাৰ্য কৰিবলৈ ভাগৰি পৰিব । আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে । আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব । মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ।

ধনু ৰাশি : আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব । যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব । কর্ম শান্ত হৈ থাকি কৰিব । বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত সফল হʼব । আপোনাৰ খেলিমেলি হʼব পাৰে, লোৱা নিৰ্ণয় পালন কৰা উচিত । সমস্যাৰ সম্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিব ।

মকৰ ৰাশি : আপুনি প্ৰায় সফল হʼব । আপোনাৰ সহনশীলতাৰ আৰু ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব । আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল পৰিণাম পাব । প্ৰত্যেক মানুহে তেওঁৰ সকলো পৰিশ্ৰমত সুখ ভোগ কৰে । প্রমুখৰ পৰা প্ৰশংসা লাভ কৰিব অন্তত ।

কুম্ভ ৰাশি : আপুনাৰ পাৰিবাৰিক জীৱন আজি অতি ৰোমাঞ্চিত হৈ উঠিব ৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ ইজনে সিজনক কাপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে ৷ পাৰিবাৰিক জীৱন সুখকৰ ৷ নতুন গাড়ী কিনাৰ যোগ আছে ৷

মীন ৰাশি : নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব । কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ।

Last Updated : Feb 13, 2025, 6:27 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.