সাহিত্যিক ড৹ নগেন শইকীয়াক কটাক্ষ টিংখাঙৰ বিধায়ক বিমল বৰাৰ - ৰাইজৰ দল
🎬 Watch Now: Feature Video

লিখনিৰে ৰাইজক আৱেগিক নকৰিব ৷ বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াক উদ্দেশ্যি এই মন্তব্য কৰে টিংখাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিধায়ক বিমল বৰাই ৷ বিপুল ভোটত একপ্ৰকাৰ বিজয় নিশ্চিত হৈ পৰাৰ পিছতে এইদৰে সৰৱ হৈ পৰা দেখা পোৱা গ'ল বিমল বৰাক ৷ তদুপৰি সাংবাদিকৰ আগত 'কা' আন্দোলনকাৰীসকলকো তীব্ৰ সমালোচনা কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷
Last Updated : May 2, 2021, 6:30 PM IST