গোলাঘাটত কেমেৰাত বন্দী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য - Golaghat news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11793733-thumbnail-3x2-golhghat.jpg)
গোলাঘাট জিলাৰ বগৰী জেং নৰাগাঁৱত বাঘৰ মুক্ত বিচৰণ । কেমেৰাত বন্দী হৈছে বাঘৰ মুক্ত বিচৰণৰ দৃশ্য ৷ বাঘৰ মুক্ত বিচৰণৰ ফলত সমগ্ৰ অঞ্চলতে বিৰাজ কৰিছে আতংকই । পূৰ্বতেও অঞ্চলটোত বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰিছিল বগৰী জেং নৰা গাঁওবাসীয়ে । এই দৰে বাঘৰ মুক্ত বিচৰণৰ ফলত ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰিছে গাঁওবাসীয়ে ।