মিল্কশ্বেকৰ এক সুস্বাদু দেশীয় সংস্কৰণ গুলকন্দ - মিল্কশ্বেকৰ এক সুস্বাদু দেশীয় সংস্কৰণ গুলকন্দ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7507102-thumbnail-3x2-lkk.jpg)
গুলকন্দ হৈছে গোলাপৰ পাপৰিৰে তৈয়াৰী এক সুস্বাদু খাদ্যত ব্যৱহৃত উপকৰণ ৷ গোলাপ ফুলৰ পাহিৰে তৈয়াৰ কৰা এই উপকৰণত মৌ আৰু চেনীৰ মিশ্ৰণো ব্যৱহাৰ কৰা হয় ৷ গোলাপ কেৱল সুন্দৰেই নহয় ৷ যেতিয়া ইয়াক গুলকন্দৰ সৈতে মিলোৱা হয়,তেতিয়া এই উপকৰণৰ সোৱাদ আৰু অধিক বৃদ্ধি হয় ৷ এই পানীয় সুস্বাদু হোৱাৰ লগতে,মানুহক হজমী শক্তিও বঢ়াই আৰু শৰীৰৰ উষ্ণতাক নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু আপোনাক স্বাস্থ্যৱান কৰি ৰখাতো বিশেষ ভূমিকা প্ৰদান কৰে ৷
Last Updated : Jul 29, 2020, 5:47 PM IST