নিৰ্বাচন আয়োগক ধন্যবাদ জনালে তেজপুৰ ভোটাৰে - election commission
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10791519-987-10791519-1614350485115.jpg)
শোণিতপুৰ জিলাৰ সদৰ তেজপুৰতো ভোটাৰ আৰু ৰাজনৈতিক দলৰ তৎপৰতা দেখা গৈছে । নির্বাচনী আয়োগৰ ঘোষণাক আদৰণি জনাইছে বিভিন্ন ক্ষেত্ৰৰ লোকে । আগন্তুক বিভিন্ন বৰ্ডৰ পৰীক্ষা আৰু অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰীতি লক্ষ্য ৰাখি আৰু উৎসৱ উদযাপন কৰাৰ সুবিধা প্ৰদান কৰাৰ বাবে আয়োগৰ ধন্যবাদ জনালে ৰাইজে ৷