টীয়ক বিধানসভা সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত: পল্লৱী গগৈ - কংগ্ৰেছ দলৰ প্ৰাৰ্থী পল্লবী গগৈ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11610801-thumbnail-3x2-imgg.jpg)
বহু অপেক্ষাৰ অন্ত পেলাই আজি আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগনণা প্ৰক্ৰিয়া । ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী পল্লৱী গগৈয়ে এইবাৰ জয় নিশ্চিত বুলি আশা প্ৰকাশ কৰিছে ৷ ইটিভি ভাৰতৰ সংবাদদাতা সাৰংগপাণি শইকীয়াৰ এক প্ৰতিবেদন...