গৰুখুটিৰ উচ্ছেদ অভিযানত উত্তেজনা; আৰক্ষীৰ গুলীত নিহত দুজন - garukhuti eviction
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13149403-thumbnail-3x2-nbcgh.jpg)
পুনৰ দৰং জিলা ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত অঘটন । আৰক্ষীৰ গুলীত নিহত দুজন প্ৰতিবাদকাৰী । উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিছিল বেদখলকাৰীসকলে । উচ্ছেদৰ বাবে যোৱা আৰক্ষী তথা প্ৰশাসনলৈ শিলাবর্ষণ কৰিছিল বেদখলকাৰীসকলে । এগৰাকী মহিলা কনিষ্টৱলসহ ৮ গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত । আঘাতপ্ৰাপ্ত আৰক্ষী কনিষ্টবলসকলক চিকিৎসালয়লৈ প্ৰেৰণ ।
Last Updated : Sep 23, 2021, 5:03 PM IST