নৱজাতকৰ মৃত্যুক লৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত - শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 8, 2021, 9:54 PM IST

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত চাঞ্চল্যকৰ ঘটনা । নাৰ্চক ধন দিব নোৱাৰাৰ বাবেই নৱজাতকক হত্যাৰ অভিযোগ ভোক্তভোগী প্ৰসূতিৰ । চিকিৎসাৰ নামত গাফিলতি, দাবী কৰা ধন আদায় দিব নোৱাৰাৰ বাবেই নাৰ্চে শিশুটিক হত্যা কৰাৰ অভিযোগ প্ৰসূতি গৰাকীৰ পৰিয়ালৰ । তদুপৰি তিনিবাৰলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নৱজাতকৰ মৃত্যুৰ অভিযোগ মানৱ দাস নামৰ অন্য এজন ভোক্তভোগীৰ । চিকিৎসকক সুধিলেই শিশু সুস্থ হৈ থকাৰ আশ্বাস দি শেষত শিশুকেইটিৰ একেধৰণেৰেই মৃত্যু হোৱাৰ অভিযোগ মাধৱ দাস নামৰ লোকজনৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.