কেক কাটি ওপজা দিন পালন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ - পত্নী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4720298-thumbnail-3x2-sdhhdh.jpg)
৮৫ বছৰীয়া হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ । শুকুৰবাৰে গগৈৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহত উলহ মালহেৰে পালন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ওপজা দিন । বহুসংখ্যক গুণমুগ্ধ, পত্নী আৰু পুত্ৰৰ উপস্থিতিত জন্মদিনৰ কেক কাটে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।