থাওৰা সমষ্টিৰ পৰা নিৰংকুশ বিজয় সুশান্ত বৰগোঁহাইৰ - সুশান্ত বৰগোঁহাই
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13528209-thumbnail-3x2-sushanta.jpg)
থাওৰা সমষ্টিত বিজয় নিশ্চিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ ৷ 13 টা ৰাউণ্ডৰ অন্তত বিজেপি প্ৰৰ্থীগৰাকীয়ে লাভ কৰে ৫৪,৫৪৭ ভোট ৷ ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে লাভ কৰিছে 24,277 টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোঁহাইয়ে লাভ কৰিছে 5818 টা ভোট ৷ আৰু মাত্ৰ 1893 টা ভোট গণনা কৰিবলৈ বাকী আছে ৷