Covid-19 in JNV: তিতাবৰৰ জৱাহৰ নবোদয় বিদ্যালয়ত ক’ৰণাতংক - Covid in Jawahar Navodaya Vidyalaya
🎬 Watch Now: Feature Video

তিতাবৰ জৱাহৰ নবোদয় বিদ্যালয়ত বুধবাৰৰ দিনটোত ১২ জনৰ দেহত ধৰা পৰিছে কভিড-19ৰ অৱস্থিতি । বিদ্যালয়খনৰ 246 জনক ৰেপিদ এন্টিজেন টেষ্ট কৰাৰ পিছত 9 গৰাকী শিক্ষাৰ্থী আৰু 3 গৰাকী কৰ্মচাৰীৰ দেহত কভিড-19ৰ অৱস্থিতি ধৰা পৰে ৷ বিদ্যালয়খনত 25 ডিচেম্বৰত এজন, 26 আৰু 27 ডিচেম্বৰত 3 জনকৈ আৰু 29 ডিচেম্বৰত ১২ জনৰ দেহত ধৰা পৰে কভিড-19ৰ অৱস্থিতি ৷ এই পৰ্যন্ত নবোদয় বিদ্যালয়খনত ১৯ জনৰ দেহত ধৰা পৰিছে কভিড-19 ৰ অৱস্থিতি(Students of Jawahar Navodaya Vidyalaya tested Covid positive) ৷