বৰা চাউলৰ হালৱাৰে উদযাপন কৰক হেঁপাহৰ ভোগালী - bora saul
🎬 Watch Now: Feature Video
বৰা চাউলৰ হালৱা হৈছে ঘৰতে আৰু অতি কম খৰচতে প্ৰস্তুত কৰিব পৰা এবিধ সুস্বাদু খাদ্য ৷ প্ৰধানকৈ বৰা চাউল, গাখীৰ, গুৰ, চেনী আদিৰে অতি সহজে তৈয়াৰ কৰিব পৰা যায় এই হালৱা বিধ ৷ অসমীয়া সমাজে ভোগালী বিহুৰ সময়ছোৱাত প্ৰস্তুত কৰা অন্যতম খাদ্য হৈছে বৰা চাউলৰ হালৱা ৷ মিঠা সোৱাদৰ এই হালৱাৰে জুতি লওঁক এইবাৰৰ আদৰৰ ভোগালী বিহুটিৰ...