thumbnail

কোন ষ্টাৰ কেম্পেইনাৰে দৈনিক কিমানখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ?

By

Published : Apr 20, 2019, 8:35 PM IST

তৃতীয় তথা অসমত অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ দুটা দিন । গতিকে স্বাভাৱিকতে ৰাজ্যৰ চাৰিটা সমষ্টিত এতিয়া দিন ৰাতি একাকাৰ কৰি চলিছে ৰাজনৈতিক দল সমূহৰ প্ৰচাৰ অভিযান । প্ৰতিটো দলৰে ষ্টাৰ কেম্পেইনাৰ সকলে এটা মিনিটো অবাবত ব্যয় নকৰি নামি পৰিছে প্ৰচাৰ অভিযানত। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.