দিহানামেৰে মুখৰিত ঢেকীয়াখোৱা বৰ নামঘৰ প্ৰাংগণ - Corona Virus

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 8, 2021, 12:49 PM IST

Updated : Sep 8, 2021, 12:58 PM IST

আজি ৰাজ্যজুৰি পালিত হৈছে মহাপুৰুষ শংকৰদেৱৰ 453 সংখ্যক তিৰোভাৱ তিথি ৷ বিগত দুবছৰৰ পৰা ৰাজ্যত কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ উৎসৱ-পাৰ্বণ ৰাজহুৱাকৈ অনুষ্ঠিত হোৱা নাই ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিডৰ নতুন নিৰ্দেশনা অনুসৰি, মন্দিৰ, নামঘৰকে ধৰি অন্যান্য ধৰ্মীয় অনুষ্ঠানসমূহত ঘণ্টাত 40 গৰাকী দৰ্শনাৰ্থী উপস্থিত থাকিব পাৰিব ৷ চৰকাৰী নিৰ্দেশনা মানি বুধবাৰে টীয়কৰ ঢেকীয়াখোৱা বৰ নামঘৰত অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি ৷ পুৱাৰ ভাগত প্ৰসংগ অনুষ্ঠিত হোৱাৰ পিছতে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দিহানামৰ প্ৰদৰ্শন ৷ প্ৰতিকূল বতৰক নেওচি নামঘৰত উপস্থিত হৈছে ভক্তগণ ৷
Last Updated : Sep 8, 2021, 12:58 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.