কোনে নিছিল পৰেশ বৰুৱাক আলফালৈ ? - ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11881731-346-11881731-1621867699435.jpg)
আলফা (স্বা) ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই প্ৰায় চাৰি দশকজোৰা সংগ্ৰামৰ অন্ত পেলাই শান্তি আলোচনাৰ মেজত বহিব নেকি ? "সাৰ্বভৌমত্ব"ৰ বিষয়টোৰ বাবে অ'তদিনে আলোচনাৰ প্ৰক্ৰিয়াটোত লাগি থকা গাঠি এইবাৰ কেনেকৈ খোল খাব ? এই বিষয়ত বৰ্তমান পৰেশ বৰুৱাৰ মানসিকতা স্থিতি কি? এই সকলো প্ৰশ্ন সামৰি পৰেশ বৰুৱাৰ একালৰ ঘনিষ্ঠ সহযোগী তথা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ।
Last Updated : May 27, 2021, 4:06 PM IST