thumbnail

আজমল ফাউণ্ডেশ্যনৰ চুপাৰ-40 ৰ সাফল্যৰ আঁৰৰ ৰহস্য...

By

Published : Jul 31, 2021, 5:01 PM IST

উচ্চতৰ মাধ্যমিকৰ (HS EXAMNATIONS) ফলাফলত এইবাৰো পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে আজমল ফাউণ্ডেশ্যনৰ (AJMAL FOUNDATIONS) অধীনৰ চুপাৰ 40 (SUPER-40) য়ে । বিগত সময়ত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতামূলক পৰীক্ষাত চুপাৰ 40 ৰ বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । দৰিদ্ৰ সীমাৰেখাৰ তলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষা দিয়া হয় চুপাৰ 40 ত । এই সন্দৰ্ভত চুপাৰ 40 ৰ প্ৰকল্প প্ৰধান আব্দুল কাদিৰৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.