অস্তিত্বৰ সংকটত মহানগৰীৰ এখন বিদ্যালয় - সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা
🎬 Watch Now: Feature Video

মহানগৰীৰ বহু ঐতিহ্য বহনকাৰী এখন বিদ্যালয় । ব্ৰিটিছৰ শাসনৰ সময়তে ১৮৯৪ চনতে স্থাপিত এই বিদ্যালয়ে বহু ঐতিহ্যৰ সাক্ষী বহন কৰি আহিছে । পৰ্যাপ্ত আন্তঃগাঠনিৰ অভাৱত জহিবলৈ ধৰিছে বিদ্যালয়খনৰ গৃহ ৷ চাওক এক প্ৰতিবেদন...