অসহায় হৈ পৰিছে বিশ্বনাথৰ এটা পৰিয়াল ! কিন্তু কিয় ? - পৰিয়াল
🎬 Watch Now: Feature Video
নিজৰ কন্যা সন্তানৰ জীৱনকলৈ চিন্তিত পৰিয়ালবৰ্গ ৷ এগৰাকী সাত বছৰীয়া কণমানি,নাম চামেলী । চামেলীৰ এইয়া সমনীয়াৰ সৈতে খেলা-ধূলা কৰাৰ বয়স । লগৰীয়াৰ সৈতে বিদ্যালয়লৈ যোৱাৰ বয়স ! ককাক-আইতাকৰ বুকুত সোমাই সাধু শুনাৰ সময়! তাইৰ এষাৰ মিঠা মাতত মাক-দেউতাকৰ বুকুত হাজাৰ সপোনৰ জোৱাৰ অহাৰ সময় ৷