বিলাসী বাহনত আহে অভিজাত চোৰঃ ঘটনা শিৱসাগৰৰ - শিৱসাগৰ চোৰ
🎬 Watch Now: Feature Video

শিৱসাগৰ, 25 ফেব্ৰুৱাৰীঃ চুৰৰ বিদ্যা উত্তম বিদ্যা, ধৰা পৰিলে শিলৰ খুন্দা বুলি থকা আপ্তবাক্যশাৰীৰ সত্যতা প্ৰতিপন্ন হ'ল শিৱসাগৰত ৷ ছাগলী চুৰ কৰিবলৈ আহি লপা-থপা খালে দুই অভিজাত চোৰে ৷ অৱস্থা এনেকুৱা পালেগৈ যে, চেভ্ৰ'লেটত আহি এম্বুলেঞ্চত যাব লগা হ'ল দুই অভিজাত চোৰ ৷